অনলাইনত পেন কার্ডৰ আবে আবেদন কৰাৰ পদ্ধতি
- পেন কার্ডৰ বাবে
অনলাইনত আবেদন কৰাৰ আগতে, আপোনাৰ অৱশ্যেই টকা
৯৪/- ৰ ডিডি/চেক থাকিব লাগিব বা অনলাইনত জমা কৰিবৰ বাবে আপোনাৰ ক্রেডিট থাকিব
লাগিব।
- ক্লীক্ কৰক: বা পেন কার্ডৰ বাবে অনলাইনত or ইয়াত আবেদন কৰক to apply online for PAN
- প্রথমে ভৰক – বিভাগ/মণ্ডল, সীমা, কমিচনাৰ, আয়তনৰ কোড , এ.ও. কোড, সীমা কোড আৰু তথ্যাৰ
লগত সম্পর্কিত এ.ও নম্বৰ।
- Click here ওপৰত উল্লেখ কৰা বিষয়ত
জানিব হলে ইয়াত যাওক
- এই তথ্য বিলাক আয়কৰ
ভৱনৰ পৰাও সংগ্রহ কৰিব পৰা যায়
- তাৰ পিছত প্র-পত্র খন
ভৰক
- প্র-পত্র খনত আপোনাৰ
অফিচৰ ঠিকনাটো উল্লেখ কৰিব লাগিব
- ইয়াৰ পিছত প্র-পত্র খন
ভৰক
- ভালকৈ চাই লওক প্রতিটো
তথ্য সঠিক ভাব দিছে নে নাই। যদি আটাইকেইটা তথ্য শুদ্ধকৈ দিয়া আছে তেন্তে কোড
বটনটো চেপি দিয়ক আৰু ক্লীক্ কৰক “কনফার্ম” বটনত।
- ইয়াৰ পিছত এটা প্র-পত্র
ওলাব য’ত ৰচিদ নম্বৰটো থাকিব।
- ৰচিদৰ নম্বৰটো আপুনাৰ
বিশেষ নম্বৰ
- আপোনাৰ পেন কার্ডৰ
আবেদনৰ বর্তমান অৱস্থান জানিবলৈ হলে এই নম্বৰটো দাখিল কৰক
- এই ৰচিদখন চেভ কৰক আৰু
ছপাই লওক
- ৰচিদখন ছপাই লোৱাৰ পিছত, আপোনাৰ বর্তমানৰ এটা
ৰঙীন ফটো ইয়াত আঠাৰে লগাই লওক আৰু ৰচিদ খনত নিজৰ চহী কৰি লওক (বক্সৰ ভিতৰত
কৰক বাহিৰত ক’তো নধৰিব)
- মাথোন ক’লা ৰঙৰ চিঁয়াহীহে
ব্যৱহাৰ কৰিব ৰচিদখন চহী কৰিবলৈ
- পৰিচয়পত্রৰ প্রমান
পত্রখনৰ জেৰক্স দিয়ক, ঠিকনাৰ প্রমাণ পত্র আৰু লগতে টকা ৯৪/- ডিমাণ্ড ড্রাফট
ফিচৰ বাবে জমা কৰক
- আপোনাৰ নামটো আৰু
ৰচিদখনৰ নম্বৰটো চেক/ডিডি ৰ ওলোটা পিঠিত লিখক
- যদি আপুনি পেন কার্ডৰ
দর্খাস্থৰ ফিচ খিনি চেকৰ মাধ্যমত দিছে তেন্তে সেই চেকটো আপুনাৰ চহৰত থকা এইচ
ডি এফ চি বেঙ্কত জমা কৰক
- আপোনাৰ ওচৰত থকা এইচ ডি
এফ চি বেঙ্কৰ শাখা বিচাৰি উলিয়াব হলে ইয়াত ক্লীক্ কৰক
- NSDL অফিচলৈ ৰচিদ খনৰ প্র-পত্রখন পঠিওয়াৰ আগতে ভালকৈ
তালিকাখন চাই লওকঃ:
- ৰচিদখনৰ প্র-পত্র
(ৰঙীন ফটো আৰু লগতে চহী থাকিব লাগিব)
- পৰিচয়পত্রৰ প্রমানৰ
জেৰক্স কপি
- ঠিকনাৰ প্রমানৰ জেৰক্স
কপি
- ডিমাণ্ড ড্রাফট্
(ডিডি) টকা ৯৪/- ৰ
- লিফাফাখনৰ ওপৰত লিখিব
লাগে “পেন কার্ডৰ বাবে দর্খাস্থ –ৰচিদ নম্বৰ)’
- (যেনে : “পেন কার্ডৰ বাবে
দর্খাস্থ – ৮৮১০১০১০০০০০০৯৭)
- দর্খাস্থখন পঠিয়াব লাগে
‘এন এচ ডি এল, ইনকাম টেক্স পেন
চার্ভিছ ইউনিট, নেচনেল চিকিউৰিটিজ ডিপোজিটৰি লিমিটেড, ৪র্থ তল, চাফায়াৰ চেম্বাৰচ্, বানেৰ টেলিফোন
এক্সচেঞ্জ ভৱনৰ ওচৰত, বানেৰ, পুনে – ৪১১০৪৫ (মহাৰাষ্ট্র)।
- আপুনাৰ ৰচিদ, ডিমাণ্ড ড্রাফট, যদি আন কিবা থাকে, আৰু প্রমাণ পত্র বিলাক, এন এচ ডি এল ত পাবহি
লাগে অনলাইনত দর্খাস্থ জমা দিয়াৰ ১৫ দিনৰ ভিতৰত।
- ডিমাণ্ড ড্রাফট্ বা
চেকৰ সৈতে দর্খাস্থখন জমা দিয়াৰ পিছত জমা হোৱা ধন ৰাশিৰ আৰু প্রয়োজনীয় কাগজ
পত্র সঠিককৈ চালিজাৰি চোৱাৰ পিছত লাগতিয়াল কাম খিনি আৰম্ভ হয়।
- অধিক জানিবৰ হলে, ফোন কৰক টিন কল
চেন্টাৰত ০২০-২৭২১৮০৮০ বা ই-মেইল পঠাওক ইয়াতঃtininfo@nsdl.co.in, mailto:tininfo@nsdl.co.in বা
- এচ এম এচ পঠাওক SMS PAN <খালী
ঠাই> ৰচিদ নম্বৰ আৰু পঠাওক ৫৩০৩০ লৈ আৰু আপোনাৰ দর্খাস্থ
বর্তমান অৱস্থানটো জানক
পেন কার্ডৰ আবেদনৰ বাবে মেনুয়েল পদ্ধতি
- পেন দর্খাস্থৰ প্র-পত্র
নং- ৪৯ এ ডাউনলোদ কৰিবলৈ হলে ইয়াত ক্লীক্ কৰক
- ক’লা ৰঙৰ চিঁয়াহীৰে
দর্খাস্থখন ভৰক আৰু আপোনাৰ বর্তমানৰ এটা ৰঙীন ফটো লগাওক আৰু নির্দিষ্ট ঠাইত
চহী কৰক
- দর্খাস্থৰ প্র-পত্র নং-
৪৯ এ প্র-পত্রখন ভৰিবলৈ ইয়াট ক্লীক্ কৰক
- লাগতিয়াল ফিচৰ বাবে
ডিডি/চেক লগাওক
- আপোনাৰ নিচেই এই কাষতে
থকা পেন চেন্টাৰত গৈ দর্খাস্থখন জমা দিয়ক
- আপোনৰ ওচৰত থকা পেন
দর্খাস্থৰ চেন্টাৰৰ ঠিকনা জানিবলোই হলে ইয়াত ক্লীক্ কৰক
পেন কার্ডৰ বাবে অনলাইন পৰি্সেবা
- দর্খাস্থৰ প্র-পত্র নং-
৪৯এ প্র-পত্রখন ভৰিবলৈ ইয়াত ক্লীক্ কৰক
- দর্খাস্থৰ প্র-পত্র নং-
৪৯এ প্র-পত্রখন ভৰিবলৈ ইয়াত ক্লীক্ কৰক to download PAN Application Form No- 49A
- আপোনৰ ওচৰত থকা পেন দর্খাস্থৰ
চেন্টাৰৰ ঠিকনা জানিবলৈ হলে ইয়াতক্লীক্ কৰক
পেঙ্ক কার্ডৰ বাবে অনলাইন দর্খাস্থ :
- NSDL
- ইউ টি টি এচ এল
- আপোনাৰ পেন কার্ডৰ
দর্খাস্থৰ অৱস্থান (এন এচ ডি এল) জানিবলৈ হলে ইয়াতক্লীক্ কৰক
- আপোনাৰ পেন কার্ডৰ
দর্খাস্থৰ অৱস্থান (ইউ টি টি এচ এল) জানিবলৈ হলে ইয়াত ক্লীক্ কৰক
- আপোনাৰ পেন কার্ডৰ
বিষয়ে বিতংকৈ জানিবলৈ হলে ইয়াত ক্লীক্ কৰক
- ,যদি আপোনাৰ পেন সম্পর্কত কিবা
অভিযোহ থাকে তেন্তে, ইয়াত ক্লীক্ কৰি প্রতিকাৰৰ বাবে
আপোনাৰ দর্খাস্থখন ইয়াত ক্লীক্ কৰি জমা কৰক
- আপোনাৰ অভিযোগৰ অৱস্থান
সম্পর্কে জানিবলই হ’লে ইয়াত ক্লীক্ কৰক
No comments:
Post a Comment
thank you...